Check out the new design

क़ुरआन के अर्थों का अनुवाद - पवित्र क़ुरआन की संक्षिप्त व्याख्या का असमिया अनुवाद * - अनुवादों की सूची


अर्थों का अनुवाद आयत: (40) सूरा: यूनुस
وَمِنْهُمْ مَّنْ یُّؤْمِنُ بِهٖ وَمِنْهُمْ مَّنْ لَّا یُؤْمِنُ بِهٖ ؕ— وَرَبُّكَ اَعْلَمُ بِالْمُفْسِدِیْنَ ۟۠
মুশ্বৰিকসকলৰ মাজৰ কিছুমানে মৃত্যুৰ পূৰ্বে কোৰআনৰ প্ৰতি ঈমান পোষণ কৰিব, কিন্তু আন কিছুমানে অহংকাৰ আৰু স্বৈৰাচাৰীতাৰ ফলত ঈমান পোষণ নকৰিব, অৱশেষত সিহঁত সেই অৱস্থাতে মৃত্যুবৰণ কৰিব। হে ৰাছুল! কুফূুৰীক খামুচী ধৰা লোকসকলক আপোনাৰ প্ৰতিপালকে ভালদৰেই জানে। আৰু সিহঁতক সিহঁতৰ কুফুৰী কাৰ্যৰ প্ৰতিদান অৱশ্যে দিব।
अरबी तफ़सीरें:
इस पृष्ठ की आयतों से प्राप्त कुछ बिंदु:
• الهادي إلى الحق هداية التوفيق هو الله وحده دون ما سواه.
সত্যৰ পথৰ হিদায়ত আৰু তাওফীক দিয়াৰ অধিকাৰ একমাত্ৰ আল্লাহৰ। তেওঁৰ বাহিৰে আন কাৰো নাই।

• الحث على تطلب الأدلة والبراهين والهدايات للوصول للعلم والحق وترك الوهم والظن.
জ্ঞান তথা সত্য পাবলৈ আৰু ভ্ৰম তথা সন্দেহৰ পৰা দূৰৈত থাকিবলৈ দলীল প্ৰমাণ তথা উচিত পথৰ সন্ধান কৰা।

• ليس في مقدور أحد أن يأتي ولو بآية مثل القرآن الكريم إلى يوم القيامة.
ক্বিয়ামত পৰ্যন্ত কোনেও কোৰআনৰ দৰে এটা আয়াত আনিবলৈও সক্ষম নহয়।

• سفه المشركين وتكذيبهم بما لم يفهموه ويتدبروه.
মুশ্বৰিকসকলৰ মুৰ্খতা, আৰু সিহঁতৰ সেই বস্তুক অস্বীকাৰ কৰা যিটোক সিহঁতে বুজাই নাই, আনকি সিহঁতে বুজাৰ চেষ্টাও কৰা নাই।

 
अर्थों का अनुवाद आयत: (40) सूरा: यूनुस
सूरों की सूची पृष्ठ संख्या
 
क़ुरआन के अर्थों का अनुवाद - पवित्र क़ुरआन की संक्षिप्त व्याख्या का असमिया अनुवाद - अनुवादों की सूची

कुरआनिक अध्ययन के लिए कार्यरत व्याख्या केंद्र द्वारा निर्गत।

बंद करें