Check out the new design

કુરઆન મજીદના શબ્દોનું ભાષાંતર - અસમિયા ભાષામાં અલ્ મુખ્તસર ફી તફસીરિલ્ કુરઆનીલ્ કરીમ કિતાબનું અનુવાદ * - ભાષાંતરોની અનુક્રમણિકા


શબ્દોનું ભાષાંતર આયત: (17) સૂરહ: અત્ તગાબુન
اِنْ تُقْرِضُوا اللّٰهَ قَرْضًا حَسَنًا یُّضٰعِفْهُ لَكُمْ وَیَغْفِرْ لَكُمْ ؕ— وَاللّٰهُ شَكُوْرٌ حَلِیْمٌ ۟ۙ
যদি তোমালোকে আল্লাহক উত্তম ঋণ দিয়া অৰ্থাৎ তেওঁৰ পথত নিজৰ ধন ব্যয় কৰা তেন্তে তোমালোকৰ পুণ্যক দশৰ পৰা সাত শ গুণ আৰু তাতোকৈয়ো অধিকগুণ পৰ্যন্ত বৃদ্ধি কৰি দিয়া হ'ব, লগতে তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিয়া হ'ব। কাৰণ আল্লাহ হৈছে গুণগ্ৰাহী, সৰু কামৰ ডাঙৰ প্ৰতিফল দিয়ে। তেওঁ সহনশীল, শাস্তি প্ৰদানত খৰধৰ নকৰে।
અરબી તફસીરો:
આયતોના ફાયદાઓ માંથી:
• مهمة الرسل التبليغ عن الله، وأما الهداية فهي بيد الله.
ৰাছুলসকলৰ দায়িত্ব হৈছে আল্লাহৰ সংবাদ পৌঁচাই দিয়া। আনহাতে হিদায়তৰ দায়িত্ব হৈছে আল্লাহৰ হাতত।

• الإيمان بالقدر سبب للطمأنينة والهداية.
ভাগ্যৰ প্ৰতি ঈমান পোষণ কৰাটো হৈছে সন্তুষ্টি তথা শান্তি লাভৰ উপায়।

• التكليف في حدود المقدور للمكلَّف.
দায়িত্ব সিমানেই অৰ্পণ কৰা হয়, বান্দাৰ যিমান সহিব পৰা শক্তি আছে।

• مضاعفة الثواب للمنفق في سبيل الله.
আল্লাহৰ পথত ব্যয়কাৰী ব্যক্তিক অধিক হাৰত চোৱাব প্ৰদান কৰা হয়।

 
શબ્દોનું ભાષાંતર આયત: (17) સૂરહ: અત્ તગાબુન
સૂરહ માટે અનુક્રમણિકા પેજ નંબર
 
કુરઆન મજીદના શબ્દોનું ભાષાંતર - અસમિયા ભાષામાં અલ્ મુખ્તસર ફી તફસીરિલ્ કુરઆનીલ્ કરીમ કિતાબનું અનુવાદ - ભાષાંતરોની અનુક્રમણિકા

તફસીર લિદ્ દિરાસતીલ્ કુરઆનિયહ કેન્દ્ર દ્વારા પ્રકાશિત.

બંધ કરો