Check out the new design

કુરઆન મજીદના શબ્દોનું ભાષાંતર - અસમિયા ભાષામાં અલ્ મુખ્તસર ફી તફસીરિલ્ કુરઆનીલ્ કરીમ કિતાબનું અનુવાદ * - ભાષાંતરોની યાદી


શબ્દોનું ભાષાંતર આયત: (20) સૂરહ: અન્ નૂર
وَلَوْلَا فَضْلُ اللّٰهِ عَلَیْكُمْ وَرَحْمَتُهٗ وَاَنَّ اللّٰهَ رَءُوْفٌ رَّحِیْمٌ ۟۠
হে মিছা অপবাদ প্ৰচাৰত লিপ্ত লোকসকল! তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ আৰু তেওঁৰ দয়া যদি নাথাকিলহেঁতেন, আনহাতে আল্লাহ যদি পৰম কৰুণাময় আৰু পৰম দয়ালু নহ’লহেঁতেন তেন্তে তোমালোকক অতি সোনকালে শাস্তি বিহিলেহেঁতেন।
અરબી તફસીરો:
આ પાના પર આયતોના ફાયદાઓ:
• تركيز المنافقين على هدم مراكز الثقة في المجتمع المسلم بإشاعة الاتهامات الباطلة.
মুনাফিকসকলে মিছা অপবাদ প্ৰচাৰ কৰি মুছলিম সমাজৰ বিশ্বস্থ কেন্দ্ৰক বিনষ্ট কৰাৰ সদায় প্ৰয়াস কৰে।

• المنافقون قد يستدرجون بعض المؤمنين لمشاركتهم في أعمالهم.
মুনাফিকসকলে কেতিয়াবা মুমিনসকলৰ কিছুমানক নিজৰ নিকৃষ্ট কৰ্ম-কাণ্ডত ফচাবলৈ সফল হয়।

• تكريم أم المؤمنين عائشة رضي الله عنها بتبرئتها من فوق سبع سماوات.
উম্মুল মুমিনীন আইশ্বা ৰাদ্বিয়াল্লাহু আনহাক সপ্তম আকাশৰ ওপৰৰ পৰা তেওঁৰ দোষমুক্তৰ ঘোষণাই তেওঁক সন্মানিত কৰিছে।

• ضرورة التثبت تجاه الشائعات.
সমাজত যধে-মধে প্ৰচাৰিত সংবাদৰ সত্যতা নিৰূপণ কৰাটো অতি আৱশ্যক।

 
શબ્દોનું ભાષાંતર આયત: (20) સૂરહ: અન્ નૂર
સૂરતોની યાદી પૃષ્ઠ નંબર
 
કુરઆન મજીદના શબ્દોનું ભાષાંતર - અસમિયા ભાષામાં અલ્ મુખ્તસર ફી તફસીરિલ્ કુરઆનીલ્ કરીમ કિતાબનું અનુવાદ - ભાષાંતરોની યાદી

તફસીર લિદ્ દિરાસતીલ્ કુરઆનિયહ કેન્દ્ર દ્વારા પ્રકાશિત.

બંધ કરો