Check out the new design

Firo maanaaji al-quraan tedduɗo oo - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Tippudi firooji ɗii


Firo maanaaji Aaya: (1) Simoore: Simoore Al-jumaa

আল-জুমুআহ

Ina jeyaa e payndaale simoore ndee:
الامتنان على الأمة وتفضيلها برسولها، وبيان فضل يوم الجمعة.
এই কথাৰ বৰ্ণনা যে, ৰাছুলৰ দ্বাৰা এই উম্মতক শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে তথা উপকাৰ কৰিছে, লগতে জুমুআৰ দিৱসৰ ফজিলত বৰ্ণনা কৰা হৈছে।

یُسَبِّحُ لِلّٰهِ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ الْمَلِكِ الْقُدُّوْسِ الْعَزِیْزِ الْحَكِیْمِ ۟
আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলো সৃষ্টিয়ে আল্লাহক সেই সকলো ত্ৰুটিৰ পৰা পৱিত্ৰ ঘোষণা কৰে, যিবোৰ তেওঁৰ মৰ্যাদাৰ অনুৰূপ নহয়। তেৱেঁই একক সম্ৰাট, ৰাজত্ব কেৱল তেওঁৰ। তেওঁ সকলো ধৰণৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ। তেওঁ প্ৰভুত্বশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি, চৰীয়ত প্ৰণয়ন আৰু ভাগ্য নিৰ্ধাৰণত মহাপ্ৰজ্ঞাৱান।
Faccirooji aarabeeji:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• عظم منة النبي صلى الله عليه وسلم على البشرية عامة وعلى العرب خصوصًا، حيث كانوا في جاهلية وضياع.
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম মানৱ জাতিৰ প্ৰতি আৰু বিশেষকৈ আৰববাসীসকলৰ প্ৰতি বৰ ডাঙৰ উপকাৰ। কিয়নো সিহঁত জাহিলিয়্যাত (অজ্ঞতা) আৰু ধ্বংসৰ যুগ অতিক্ৰম কৰি আছিল।

• الهداية فضل من الله وحده، تطلب منه وتستجلب بطاعته.
হিদায়ত কেৱল আল্লাহৰ অনুগ্ৰহৰ ফলত প্ৰাপ্ত হয়। গতিকে হিদায়ত কেৱল তেওঁৰ ওচৰতেই বিচৰা উচিত আৰু কেৱল তেওঁৰেই আদেশ পালন কৰি অৰ্জন কৰা উচিত।

• تكذيب دعوى اليهود أنهم أولياء الله؛ بتحدّيهم أن يتمنوا الموت إن كانوا صادقين في دعواهم لأن الولي يشتاق لحبيبه.
ইয়াহুদীসকলৰ এই দাবীৰ খণ্ডন কৰা যে, সিহঁত আল্লাহৰ অলী। সিহঁতক এই চেলেঞ্জ দিয়া হৈছে যে, যদি সিহঁত নিজৰ দাবীত সত্যবাদী তেন্তে মৃত্যু কামনা কৰি দেখুৱাওক। কিয়নো বন্ধুৱে বন্ধুৰ লগত সাক্ষাৎ কৰিবলৈ বৰ ইচ্ছুক হৈ থাকে।

 
Firo maanaaji Aaya: (1) Simoore: Simoore Al-jumaa
Tippudi cimooje Tonngoode hello ngoo
 
Firo maanaaji al-quraan tedduɗo oo - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Tippudi firooji ɗii

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddude