Check out the new design

Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Loowdi firooji ɗi


Firo maanaaji Aaya.: (25) Simoore.: Simoore Jaasiya
وَاِذَا تُتْلٰی عَلَیْهِمْ اٰیٰتُنَا بَیِّنٰتٍ مَّا كَانَ حُجَّتَهُمْ اِلَّاۤ اَنْ قَالُوا ائْتُوْا بِاٰبَآىِٕنَاۤ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟
আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা মুশ্বৰিকসকলৰ সন্মুখত যেতিয়া আমাৰ স্পষ্ট আয়াতসমূহ তিলাৱত কৰি শুনোৱা হয়, তেতিয়া উপস্থাপন কৰিবলৈ সিহঁতৰ ওচৰত কোনো দলিল নাথাকে, কিন্তু সিহঁতে নবী চাল্লাল্লাহু আলাইহি অচাল্লাম আৰু তেওঁৰ চাহাবাসকলক উদ্দেশ্যি কয়ঃ তেন্তে আমাৰ পূৰ্বপুৰুষসকলক জীৱিত কৰি আমাৰ সন্মুখত আনাচোন, যদি তোমালোকে এই দাবীত সত্যবাদী যে আমাৰ মৃত্যুৰ পিছত আকৌ আমাক জীৱিত কৰা হ’ব।
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• اتباع الهوى يهلك صاحبه، ويحجب عنه أسباب التوفيق.
প্ৰবৃত্তিৰ অনুসৰণে মানুহক ধ্বংস কৰে, লগতে হিদায়তৰ পথৰ পৰা মানুহক বঞ্চিত কৰে।

• هول يوم القيامة.
কিয়ামতৰ ভয়াৱহতা।

• الظن لا يغني من الحق شيئًا، خاصةً في مجال الاعتقاد.
অনুমানে কেতিয়াও সত্যৰ স্থান লব নোৱাৰে, বিশেষকৈ আক্বীদাৰ ক্ষেত্ৰত।

 
Firo maanaaji Aaya.: (25) Simoore.: Simoore Jaasiya
Loowdi cimooje ɗe Tonngoode hello ngon
 
Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Loowdi firooji ɗi

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddu