Check out the new design

Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Loowdi firooji ɗi


Firo maanaaji Aaya.: (85) Simoore.: Simoore saafaati
اِذْ قَالَ لِاَبِیْهِ وَقَوْمِهٖ مَاذَا تَعْبُدُوْنَ ۟ۚ
যেতিয়া তেওঁ নিজৰ পিতৃক আৰু তেওঁৰ মুশ্বৰিক সম্প্ৰদায়ক ভৰ্ৎসনা কৰি কৈছিলঃ তোমালোকে আল্লাহৰ বাহিৰে এইবোৰ কিহৰ পূজা-পাঠ কৰা?
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• من مظاهر الإنعام على نوح: نجاة نوح ومن آمن معه، وجعل ذريته أصول البشر والأعراق والأجناس، وإبقاء الذكر الجميل والثناء الحسن.
নূহ আলাইহিচ্ছালামৰ ওপৰত আল্লাহে যিবোৰ উপকাৰ কৰিছিল, সেইবোৰৰ কিছুমান হৈছে এনেধৰণৰঃ নূহ আলাইহিচ্ছালাম আৰু তেওঁৰ সৈতে থকা মুমিনসকলক তেওঁ ৰক্ষা কৰিছিল। তেওঁৰ বংশধৰসকলক সকলো বৰ্গৰ মানুহৰ মূল বনাইছিল। লগতে তেওঁলোকৰ ভাল চৰ্চা আৰু প্ৰশংসা পৰৱৰ্তী প্ৰজন্মৰ মাজত যুগমীয়া কৰি ৰাখিছে।

• أفعال الإنسان يخلقها الله ويفعلها العبد باختياره.
বান্দাৰ কৰ্মৰ সৃষ্টিকৰ্তা হৈছে আল্লাহ তাআলা, কিন্তু বান্দাই নিজ ইচ্ছামতে সেই কৰ্ম সম্পাদন কৰে।

• الذبيح بحسب دلالة هذه الآيات وترتيبها هو إسماعيل عليه السلام؛ لأنه هو المُبَشَّر به أولًا، وأما إسحاق عليه السلام فبُشِّر به بعد إسماعيل عليه السلام.
এই আয়াতবোৰে আৰু ইয়াৰ শৃঙ্খলাবদ্ধতাই প্ৰমাণ কৰে যে, ইছমাঈল আলাইহিচ্ছালামকহে কুৰবানী কৰাৰ বাবে লৈ যোৱা হৈছিল। কিয়নো প্ৰথম সুসংবাদ তেওঁৰ বিষয়েই দিয়া হৈছিল। আনহাতে ইছহাক্ব আলাইহিচ্ছালামৰ সুসংবাদ ইছমাঈল আলাইহিচ্ছালামৰ পিছত দিয়া হৈছিল।

• قول إسماعيل: ﴿سَتَجِدُنِي إِن شَآءَ اْللهُ مِنَ اْلصَّابِرِينَ﴾ سبب لتوفيق الله له بالصبر؛ لأنه جعل الأمر لله.
ইছমাঈল আলাইহিচ্ছালামে আল্লাহৰ ফালৰ পৰা ধৈৰ্য্য ধাৰণ কৰাৰ তাওফীক লাভ কৰিছিল। সেইকাৰণেই তেওঁ কৈছিলঃ নিশ্চয় আপুনি মোক ধৈৰ্যশীলসকলৰ অন্তৰ্ভুক্ত পাব। কিয়নো তেওঁ গোটেই বিষয়টোক আল্লাহৰ ওপৰত অৰ্পন কৰিছিল।

 
Firo maanaaji Aaya.: (85) Simoore.: Simoore saafaati
Loowdi cimooje ɗe Tonngoode hello ngon
 
Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Loowdi firooji ɗi

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddu