Check out the new design

Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Loowdi firooji ɗi


Firo maanaaji Aaya.: (46) Simoore.: Simoore pelle
وَّدَاعِیًا اِلَی اللّٰهِ بِاِذْنِهٖ وَسِرَاجًا مُّنِیْرًا ۟
তথা আমি আপোনাক প্ৰেৰণ কৰিছোঁ, আল্লাহৰ তাওহীদৰ প্ৰতি আহ্বান কৰিবলৈ আৰু তেওঁৰ আনুগত্যৰ প্ৰতি নিমন্ত্ৰণ জনাবলৈ, যিটো আপুনি তেওঁৰ আদেশতেই কৰিব। তথা আমি আপোনাক আলোকোজ্জ্বল প্ৰদীপ হিচাপে প্ৰেৰণ কৰিছোঁ, যাৰ পৰা হিদায়ত বিচৰা প্ৰত্যেক ব্যক্তিয়েই পোহৰ সংগ্ৰহ কৰিব পাৰিব।
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• الصبر على الأذى من صفات الداعية الناجح.
দুখ-কষ্টত ধৈৰ্য্য ধাৰণ কৰাটো সফল ধৰ্মপ্ৰচাৰকৰ বৈশিষ্ট্য।

• يُنْدَب للزوج أن يعطي مطلقته قبل الدخول بها بعض المال جبرًا لخاطرها.
নৱ বিবাহিত স্ত্ৰীক যৌন-মিলনৰ পূৰ্বেই যদি তালাক দিয়া হয়, তেন্তে স্বামীয়ে তাইৰ আন্তৰিক তৃপ্তিৰ বাবে স্বামীৰ সামৰ্থ অনুযায়ী তাইক সম্পদ প্ৰদান কৰা উচিত। এইটো স্বামীৰ ফালৰ পৰা লোৱা এটা ভাল পদক্ষেপ।

• خصوصية النبي صلى الله عليه وسلم بجواز نكاح الهبة، وإن لم يحدث منه.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামক বিশেষ অধিকাৰ প্ৰদান কৰা হৈছিল যে, যদি কোনো নাৰীয়ে মোহৰ নোহোৱাকৈ নিজকে তেখেতৰ ওচৰত সমৰ্পন কৰে, তেন্তে তাইক বিবাহ কৰাটো তেখেতৰ বাবে বৈধ আছিল। যদিও এনেকুৱা কোনো ঘটনা তেখেতৰ জীৱনত সংঘটিত হোৱা নাই।

 
Firo maanaaji Aaya.: (46) Simoore.: Simoore pelle
Loowdi cimooje ɗe Tonngoode hello ngon
 
Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Loowdi firooji ɗi

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddu