Check out the new design

Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Loowdi firooji ɗi


Firo maanaaji Aaya.: (56) Simoore.: Simoore koreeji imraan
فَاَمَّا الَّذِیْنَ كَفَرُوْا فَاُعَذِّبُهُمْ عَذَابًا شَدِیْدًا فِی الدُّنْیَا وَالْاٰخِرَةِ ؗ— وَمَا لَهُمْ مِّنْ نّٰصِرِیْنَ ۟
আৰু যিসকলে তোমাক আৰু তুমি লৈ অহা চৰীয়তক অস্বীকাৰ কৰিছে, মই সিহঁতক পৃথিৱীত হত্যা, গ্ৰেপ্তাৰ তথা অপমান আদিৰ দ্বাৰা কঠিন শাস্তি প্ৰদান কৰিম আৰু আখিৰাতত জাহান্নামৰ জুইৰ দ্বাৰা শাস্তি প্ৰদান কৰিম। আৰু এই শাস্তিৰ পৰা মুক্তি দিব পৰা সিহঁতৰ কোনো সহায়ক নাথাকিব।
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• من كمال قدرته تعالى أنه يعاقب من يمكر بدينه وبأوليائه، فيمكر بهم كما يمكرون.
আল্লাহৰ ক্ষমতাৰ পৰিপূৰ্ণতাৰ অন্তৰ্ভুক্ত এইটোও যে, তেওঁ নিজৰ দ্বীন আৰু তেওঁৰ বন্ধুবৰ্গৰ লগত ষড়যন্ত্ৰকাৰী সকলক শাস্তি প্ৰদান কৰে। এতেকে সিহঁতে যিদৰে ষড়যন্ত্ৰ কৰে, আল্লাহেও সেই অনুপাতে সিদ্ধান্ত গ্ৰহণ কৰে।

• بيان المعتقد الصحيح الواجب في شأن عيسى عليه السلام، وبيان موافقته للعقل فهو ليس بدعًا في الخلقة، فآدم المخلوق من غير أب ولا أم أشد غرابة والجميع يؤمن ببشريته.
ঈছা আলাইহিছ ছালাম সম্পৰ্কে সঠিক আৰু আৱশ্যক ধাৰণাৰ বৰ্ণনা আৰু এই কথাৰ স্পষ্ট বিৱৰণ যে, তেওঁৰ জন্ম বিবেকৰ বিৰুদ্ধে নাছিল, কাৰণ তেওঁৰ জন্ম অভূতপূৰ্ব পদ্ধতিত হোৱা নাছিল। বৰং আদম আলাইহিছ ছালাম বিনা পিতৃ-মাতৃৰে জন্ম হৈছিল আৰু তেওঁৰ জন্ম ইয়াতকৈ আচৰিত আছিল। ইয়াৰ পিছতো সকলোৱে তেওঁক মানুহ হিচাপে বিশ্বাস কৰে।

• مشروعية المُباهلة بين المتنازعين على الصفة التي وردت بها الآية الكريمة.
পৰস্পৰে দুজন বিবাদকাৰীৰ মাজত সেই পদ্ধতিতেই মুবাহালা কৰা বৈধ, যিটো পদ্ধতি আয়াতত আছে।

 
Firo maanaaji Aaya.: (56) Simoore.: Simoore koreeji imraan
Loowdi cimooje ɗe Tonngoode hello ngon
 
Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Loowdi firooji ɗi

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddu