Check out the new design

Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Loowdi firooji ɗi


Firo maanaaji Aaya.: (182) Simoore.: Simoore nagge
فَمَنْ خَافَ مِنْ مُّوْصٍ جَنَفًا اَوْ اِثْمًا فَاَصْلَحَ بَیْنَهُمْ فَلَاۤ اِثْمَ عَلَیْهِ ؕ— اِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟۠
অছীয়তত যদি কোনো অন্যায় পৰিলক্ষিত হয় অথবা অছীয়তকাৰীয়ে যদি ন্যায়ভাৱে অছীয়ত কৰা নাই বুলি প্ৰকাশিত হয়, এনে অৱস্থাত অছীয়ত লৈ বাক-বিতণ্ডাত লিপ্তসকলৰ মাজত যদি কোনোবাই মীমাংসা কৰি দিয়ে তেন্তে তাৰ কোনো গুনাহ নহব। বৰং তেওঁ মীমাংসা কৰি দিয়াৰ বাবে ছোৱাব পাব। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি পৰম দয়ালু।
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• فَضَّلَ الله شهر رمضان بجعله شهر الصوم وبإنزال القرآن فيه، فهو شهر القرآن؛ ولهذا كان النبي صلى الله عليه وسلم يتدارس القرآن مع جبريل في رمضان، ويجتهد فيه ما لا يجتهد في غيره.
আল্লাহে ৰমজান মাহত কোৰআন অৱতীৰ্ণ কৰি এই মাহক গুৰুত্ব প্ৰদান কৰিছে। সেয়ে এইটো হৈছেঃ কোৰআনৰ মাহ। এই মাহতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জিব্ৰীল আলাইহিচ্ছালামৰ লগত কোৰআন পঢ়া শুনা কৰিছিল। লগতে আন মাহতকৈ এই মাহত অধিক ইবাদত কৰিছিল।

• شريعة الإسلام قامت في أصولها وفروعها على التيسير ورفع الحرج، فما جعل الله علينا في الدين من حرج.
সম্পূৰ্ণ ইছলামী চৰীয়ত সহজ-সৰল আৰু অসুবিধা দূৰীকৰণৰ ওপৰত প্ৰতিষ্ঠিত। এতেকে আল্লাহে দ্বীনৰ ক্ষেত্ৰত কোনো অসুবিধা ৰখা নাই।

• قُرْب الله تعالى من عباده، وإحاطته بهم، وعلمه التام بأحوالهم؛ ولهذا فهو يسمع دعاءهم ويجيب سؤالهم.
আল্লাহ বান্দাসকলৰ নিচেই ওচৰত, তেওঁ সিহঁতক পৰিবেষ্টন কৰি আছে, তেওঁ সিহঁতৰ সকলো অৱস্থা সম্পৰ্কে জ্ঞাত। সেয়ে তেওঁ সিহঁতৰ দুআ শ্ৰৱণ কৰে আৰু সিহঁতৰ প্ৰয়োজন পূৰণ কৰে।

 
Firo maanaaji Aaya.: (182) Simoore.: Simoore nagge
Loowdi cimooje ɗe Tonngoode hello ngon
 
Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Loowdi firooji ɗi

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddu