Check out the new design

Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Loowdi firooji ɗi


Firo maanaaji Aaya.: (162) Simoore.: Simoore nagge
خٰلِدِیْنَ فِیْهَا ۚ— لَا یُخَفَّفُ عَنْهُمُ الْعَذَابُ وَلَا هُمْ یُنْظَرُوْنَ ۟
সিহঁত সদায় এই অভিশাপত থাকিব। এদিনৰ কাৰণেও সিহঁতৰ পৰা শাস্তি লাঘৱ কৰা নহব আনকি কিয়ামতৰ দিনাও সিহঁতক অৱসৰ দিয়া নহব।
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• الابتلاء سُنَّة الله تعالى في عباده، وقد وعد الصابرين على ذلك بأعظم الجزاء وأكرم المنازل.
আল্লাহে সদায় তেওঁৰ বান্দাসকলক পৰীক্ষা কৰে। সেয়ে তেওঁ পৰীক্ষাৰ সময়ত ধৈৰ্য ধাৰণকাৰী সকলক আটাইতকৈ ডাঙৰ বিনিময় আৰু সন্মানিত স্থানৰ প্ৰতিশ্ৰুতি দিছে।

• مشروعية السعي بين الصفا والمروة لمن حج البيت أو اعتمر.
হজ্জ আৰু উমাৰাহ পালনকাৰী সকলৰ বাবে চাফা আৰু মাৰৱাৰ মাজত ছায়ী কৰাৰ বৈধতা এই আয়াতৰ দ্বাৰা প্ৰমাণিত হল।

• من أعظم الآثام وأشدها عقوبة كتمان الحق الذي أنزله الله، والتلبيس على الناس، وإضلالهم عن الهدى الذي جاءت به الرسل.
আল্লাহে অৱতীৰ্ণ কৰা সত্যক গোপন কৰা, মানুহক প্ৰতাৰণা কৰা আৰু সিহঁতক নবীসকলে লৈ অহা হিদায়তৰ পৰা পথভ্ৰষ্ট কৰা মহাপাপ; আৰু এই পাপৰ শাস্তিও অতি কঠোৰ।

 
Firo maanaaji Aaya.: (162) Simoore.: Simoore nagge
Loowdi cimooje ɗe Tonngoode hello ngon
 
Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Loowdi firooji ɗi

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddu