Check out the new design

Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Loowdi firooji ɗi


Firo maanaaji Aaya.: (110) Simoore.: Simoore nagge
وَاَقِیْمُوا الصَّلٰوةَ وَاٰتُوا الزَّكٰوةَ ؕ— وَمَا تُقَدِّمُوْا لِاَنْفُسِكُمْ مِّنْ خَیْرٍ تَجِدُوْهُ عِنْدَ اللّٰهِ ؕ— اِنَّ اللّٰهَ بِمَا تَعْمَلُوْنَ بَصِیْرٌ ۟
নামাজক ইয়াৰ আৰকান, ওৱাজিবাত আৰু ছুন্নতৰ সৈতে সম্পূৰ্ণৰূপে আদায় কৰা। আৰু নিজৰ সম্পত্তিৰ যাকাত আদায় কৰি উপযুক্ত ব্যক্তিসকলৰ মাজত বন্টন কৰি দিয়া। তোমালোকে নিজৰ জীৱন কালত যি সত্কৰ্মই কৰিবা সেয়া তোমালোকৰ মৃত্যুৰ পূৰ্বে পৰকালত সঞ্চিত হব। ইয়াৰ প্ৰতিদান ক্বিয়ামতৰ দিনা নিজ প্ৰতিপালকৰ ওচৰত পাবা আৰু আল্লাহে তোমালোকক ইয়াৰ প্ৰতিদান দিব। নিশ্চয় আল্লাহে তোমালোকৰ কৰ্মসমূহ প্ৰত্যক্ষ কৰি আছে। সেয়ে প্ৰত্যেককে নিজ কৰ্ম অনুসাৰে তাৰ প্ৰতিদান দিব।
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• أن الأمر كله لله، فيبدل ما يشاء من أحكامه وشرائعه، ويبقي ما يشاء منها، وكل ذلك بعلمه وحكمته.
সকলো বিষয় আল্লাহৰ হাতত। তেওঁ নিজৰ যি আদেশক ইচ্ছা কৰে পৰিবৰ্তন কৰে আৰু যিটো ইচ্ছা কৰে বলৱৎ কৰে আৰু এই সকলোবোৰ তেওঁ জানি বুজি নিজ প্ৰজ্ঞাৰ দ্বাৰাই কৰে।

• حَسَدُ كثيرٍ من أهل الكتاب هذه الأمة، لما خصَّها الله من الإيمان واتباع الرسول، حتى تمنوا رجوعها إلى الكفر كما كانت.
বহুতো আহলে কিতাবে এই উম্মতৰ লগত ঈৰ্ষা পোষণ কৰে। কেৱল এয়াই নহয়, তেওঁলোক যাতে পুনৰ কুফৰীৰ পিনে ওভতি যায় তাৰে কামনা কৰে। এয়া কাৰণে কৰে যে, আল্লাহে মুমিনসকলক ঈমান আৰু ৰাছুলৰ অনুসৰণৰ বৈশিষ্ট্য প্ৰদান কৰিছে।

 
Firo maanaaji Aaya.: (110) Simoore.: Simoore nagge
Loowdi cimooje ɗe Tonngoode hello ngon
 
Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Loowdi firooji ɗi

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddu