Check out the new design

Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Loowdi firooji ɗi


Firo maanaaji Aaya.: (99) Simoore.: Simoore roɓo
اَوَلَمْ یَرَوْا اَنَّ اللّٰهَ الَّذِیْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ قَادِرٌ عَلٰۤی اَنْ یَّخْلُقَ مِثْلَهُمْ وَجَعَلَ لَهُمْ اَجَلًا لَّا رَیْبَ فِیْهِ ؕ— فَاَبَی الظّٰلِمُوْنَ اِلَّا كُفُوْرًا ۟
পুনৰুত্থানক অস্বীকাৰকাৰী এইসকল লোকে নাজানে নেকি যে, যিজন আল্লাহে ইমান বিশাল আকাশমণ্ডল সৃষ্টি কৰিছে তথা পৃথিৱী সৃষ্টি কৰিছে, সেই আল্লাহে সিহঁতৰ দৰে ব্যক্তিক সৃষ্টি কৰিবলৈ সক্ষম নহয়নে, যি সত্ত্বাই ডাঙৰ মখলুক সৃষ্টি কৰিবলৈ সক্ষম, তেওঁ নগন্য বস্তুও সৃষ্টি কৰিবলৈও সক্ষম। আল্লাহে পৃথিৱীত সিহঁতৰ বাবে এটা সময় নিৰ্ধাৰণ কৰিছে, য'ত সিহঁতৰ পাৰ্থিৱ জীৱন অন্ত পৰিব। সিহঁতৰ বাবে পুনৰ্জীৱনৰো এটা সময় নিৰ্ধাৰণ কৰিছে, ইয়াত কোনো সন্দেহ নাই। পুনৰুত্থানৰ প্ৰমাণসমূহ প্ৰকাশ হোৱাৰ পিছতো মুশ্বৰিকসকলে অস্বীকাৰৰ পথ বাচি লৈছে।
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• الله تعالى هو المنفرد بالهداية والإضلال، فمن يهده فهو المهتدي على الحقيقة، ومن يضلله ويخذله فلا هادي له.
আল্লাহেই হিদায়ত আৰু পথভ্ৰষ্টতাৰ তাওফীক দিয়ে, তেওঁ যাক হিদায়ত দিয়ে সেই ব্যক্তিয়েই হৈছে প্ৰকৃত হিদায়তপ্ৰাপ্ত। আনহাতে তেওঁ যাক পথভ্ৰষ্ট কৰে আৰু এৰি দিয়ে, তাক কোনেও হিদায়ত দিব নোৱাৰে।

• مأوى الكفار ومستقرهم ومقامهم جهنم، كلما سكنت نارها زادها الله نارًا تلتهب.
কাফিৰসকলৰ স্থান তথা ঠিকনা হৈছে জাহান্নাম। যেতিয়াই ইয়াৰ জুই দুৰ্বল হ'ব তেতিয়াই আল্লাহে ইয়াক আৰু অধিক প্ৰজ্জ্বলিত কৰিব।

• وجوب الاعتصام بالله عند تهديد الطغاة والمُسْتَبدين.
অত্যাচাৰী, পাপিষ্ঠ স্বৈৰাচাৰীসকলৰ ধমকৰ সময়ত আল্লাহৰ আদেশ নিষেধ মজবুতভাৱে ধাৰণ কৰা অনিবাৰ্য।

• الطغاة والمُسْتَبدون يلجؤون إلى استخدام السلطة والقوة عندما يواجهون أهل الحق؛ لأنهم لا يستطيعون مواجهتهم بالحجة والبيان.
অত্যাচাৰী তথা স্বৈৰাচাৰী লোকসকলে সত্যবাদীসকলৰ মুখামুখি হ'বলৈ দলবল আৰু শক্তিৰ সহায় লয়, কিয়নো সিহঁতে প্ৰমাণ আৰু স্পষ্ট যুক্তিৰে কেতিয়াও মোকাবিলা কৰিবলৈ সক্ষম নহয়।

 
Firo maanaaji Aaya.: (99) Simoore.: Simoore roɓo
Loowdi cimooje ɗe Tonngoode hello ngon
 
Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Loowdi firooji ɗi

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddu