Check out the new design

Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Loowdi firooji ɗi


Firo maanaaji Aaya.: (5) Simoore.: Simoore ñaaki
وَالْاَنْعَامَ خَلَقَهَا لَكُمْ فِیْهَا دِفْءٌ وَّمَنَافِعُ وَمِنْهَا تَاْكُلُوْنَ ۟
হে মানৱজাতি! তেওঁ উট, গৰু আৰু ছাগলী আদি চতুষ্পদ জন্তুবোৰ তোমালোকৰ উপকাৰৰ বাবেই সৃষ্টি কৰিছে, এতেকে সেইবোৰৰ ঊণ আৰু নোম তোমালোকে শীতকালত গৰম অৰ্জন কৰাৰ বাবে ব্যৱহাৰ কৰা। লগতে সেইবোৰৰ গাখীৰ আৰু ছালৰ পৰা উপকৃত হোৱা। সেইবোৰক বাহন হিচাপেও ব্যৱহাৰ কৰা আৰু কিছুমানক তোমালোকে ভক্ষণো কৰা।
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• عناية الله ورعايته بصَوْن النبي صلى الله عليه وسلم وحمايته من أذى المشركين.
নবী চা্ল্লাল্লাহু আলাইহি অছাল্লামক মুশ্বৰিকসকলৰ নিৰ্যাতনৰ পৰা ৰক্ষা কৰিবলৈ আল্লাহৰ বিশেষ তৎপৰতা।

• التسبيح والتحميد والصلاة علاج الهموم والأحزان، وطريق الخروج من الأزمات والمآزق والكروب.
আল্লাহৰ পৱিত্ৰতা বৰ্ণনা কৰা, তেওঁৰ প্ৰশংসা কৰা আৰু ছালাত আদায় কৰাটো হৈছে দুখ, দুশ্চিন্তা আৰু বিপদ-আপদৰ পৰা মুক্তি লাভ কৰাৰ সহজ উপায়।

• المسلم مطالب على سبيل الفرضية بالعبادة التي هي الصلاة على الدوام حتى يأتيه الموت، ما لم يغلب الغشيان أو فقد الذاكرة على عقله.
মৃত্যু পৰ্যন্ত অচেতন নোহোৱালৈকে মুছলিমৰ ওপৰত ছালাত আদায় কৰা ফৰজ।

• سمى الله الوحي روحًا؛ لأنه تحيا به النفوس.
আল্লাহে অহীক ৰূহ নামেৰে নামকৰণ কৰিছে, কিয়নো ইয়াৰ দ্বাৰা অন্তৰসমূহে জীৱন লাভ কৰে।

• مَلَّكَنا الله تعالى الأنعام والدواب وذَلَّلها لنا، وأباح لنا تسخيرها والانتفاع بها؛ رحمة منه تعالى بنا.
এয়া আল্লাহৰ আমাৰ ওপৰত অসীম অনুগ্ৰহ যে, তেওঁ আমাক চতুষ্পদ জন্তুৰ মালিক বনাইছে, তথা সেইবোৰক অধীনত ৰখাৰ সুযোগ দিছে আৰু সেইবোৰৰ দ্বাৰা উপকৃত হ'বলৈ আমাৰ বাবে বৈধ কৰিছে।

 
Firo maanaaji Aaya.: (5) Simoore.: Simoore ñaaki
Loowdi cimooje ɗe Tonngoode hello ngon
 
Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Loowdi firooji ɗi

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddu