Check out the new design

Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Loowdi firooji ɗi


Firo maanaaji Aaya.: (2) Simoore.: Simoore Yuusuf
اِنَّاۤ اَنْزَلْنٰهُ قُرْءٰنًا عَرَبِیًّا لَّعَلَّكُمْ تَعْقِلُوْنَ ۟
হে আৰবৰ অধিবাসীসকল! আমি কোৰআনখন আৰবী ভাষাত অৱতীৰ্ণ কৰিছো, যাতে তোমালোকে ইয়াৰ অৰ্থ বুজিব পাৰা।
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• بيان الحكمة من القصص القرآني، وهي تثبيت قلب النبي صلى الله عليه وسلم وموعظة المؤمنين.
কোৰআনত বৰ্ণিত ঘটনাৱলীৰ ৰহস্যৰ বৰ্ণনা। ইয়াৰ উদ্দেশ্য হৈছে, ইয়াৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অন্তৰ দৃঢ় কৰা আৰু মুমিনসকলক উপদেশ দিয়া।

• انفراد الله تعالى بعلم الغيب لا يشركه فيه أحد.
অদৃশ্যৰ জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰত, এই ক্ষেত্ৰত তেওঁৰ কোনো অংশীদাৰ নাই।

• الحكمة من نزول القرآن عربيًّا أن يعقله العرب؛ ليبلغوه إلى غيرهم.
আৰবী ভাষাত কোৰআন অৱতীৰ্ণ হোৱাৰ উদ্দেশ্য হৈছে যাতে আৰববাসীয়ে কোৰআন বুজি পায়, লগতে আন আন লোকসকললৈ পৌঁচাই দিয়ে।

• اشتمال القرآن على أحسن القصص.
উত্তম কাহিনীৰে কোৰআন গঠিত।

 
Firo maanaaji Aaya.: (2) Simoore.: Simoore Yuusuf
Loowdi cimooje ɗe Tonngoode hello ngon
 
Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Loowdi firooji ɗi

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddu