Check out the new design

Qurani Kərimin mənaca tərcüməsi - Qurani Kərimin müxtəsər tərfsiri - kitabının Assam dilinə tərcüməsi. * - Tərcümənin mündəricatı


Mənaların tərcüməsi Ayə: (80) Surə: əl-Əraf
وَلُوْطًا اِذْ قَالَ لِقَوْمِهٖۤ اَتَاْتُوْنَ الْفَاحِشَةَ مَا سَبَقَكُمْ بِهَا مِنْ اَحَدٍ مِّنَ الْعٰلَمِیْنَ ۟
আৰু স্মৰণ কৰা লূত আলাইহিছ ছালামক যেতিয়া তেওঁ নিজ জাতিৰ আচৰণক নিন্দা কৰি কৈছিলঃ তোমালোকে পুৰুষৰ লগত সহবাসৰ এই ঘৃণনীয় কাম কিয় কৰা? এইটো এনেকুৱা কুকৰ্ম যিটো তোমালোকৰ পূৰ্বে আন কোনেও কৰা নাছিল।
Ərəbcə təfsirlər:
Bu səhifədə olan ayələrin faydalarından:
• الاستكبار يتولد غالبًا من كثرة المال والجاه، وقلة المال والجاه تحمل على الإيمان والتصديق والانقياد غالبًا.
সাধাৰণতে অধিক ধন-সম্পদ আৰু পদমৰ্যদাই অহংকাৰ জন্মায়, সেয়ে ঈমান তথা অনুসৰণৰ পথ সেই ব্যক্তিয়েই গ্ৰহণ কৰে যাৰ ওচৰত ধন-সম্পদ আৰু পদ কম থাকে।

• جواز البناء الرفيع كالقصور ونحوها؛ لأن من آثار النعمة: البناء الحسن مع شكر المنعم.
ওখ ওখ অট্টালিকা নিৰ্মাণ কৰা কোনো দোষণীয় নহয়, কিয়নো এইটো নিয়ামতৰ বহিঃপ্ৰকাশ। সুন্দৰ নিৰ্মাণৰ লগতে নিয়ামত প্ৰদানকাৰীৰ কৃতজ্ঞতা জ্ঞাপন কৰাটো অত্যান্ত জৰুৰী।

• الغالب في دعوة الأنبياء أن يبادر الضعفاء والفقراء إلى الإصغاء لكلمة الحق التي جاؤوا بها، وأما السادة والزعماء فيتمردون ويستعلون عليها.
নবীসকলৰ আহ্বানৰ অৱস্থা আছিল এই যে, দুৰ্বল আৰু দুখীয়া লোক সকলেই তেওঁলোকে লৈ অহা সত্যক মানিবলৈ আগবাঢ়ি আহিছিল। আনহাতে প্ৰধান তথা নেতা প্ৰকৃতিৰ লোকসকলে অহংকাৰত পতিত হৈছিল।

• قد يعم عذاب الله المجتمع كله إذا كثر فيه الخَبَث، وعُدم فيه الإنكار.
যেতিয়া সমাজত কুকৰ্ম বহুল প্ৰচলিত হয় আৰু কোনো নিষেধকাৰী নাথাকে, তেতিয়া আল্লাহে গোটেই সমাজকে শাস্তিৰ সন্মুখীন কৰে।

 
Mənaların tərcüməsi Ayə: (80) Surə: əl-Əraf
Surələrin mündəricatı Səhifənin rəqəmi
 
Qurani Kərimin mənaca tərcüməsi - Qurani Kərimin müxtəsər tərfsiri - kitabının Assam dilinə tərcüməsi. - Tərcümənin mündəricatı

Tərcümə "Quran araşdırmaları Təfsir Mərkəzi" tərəfindən yayımlanmışdır.

Bağlamaq