Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (1) ሱራ (ምዕራፍ): አት ቲን

আত-তীন

ከሱራዋ ጥቅል ሀሳብ መካከል:
امتنان الله على الإنسان باستقامة فطرته وخلقته، وكمال الرسالة الخاتمة.
আল্লাহে মানুহক উৎকৃষ্ট আকৃতি প্ৰদান কৰি আৰু ফিতৰতৰ ওপৰত অটল ৰাখি আৰু ৰিছালতৰ ধাৰাবাহিকতা সম্পূৰ্ণ কৰি সিহঁতৰ ওপৰত উপকাৰ কৰিছে।

وَالتِّیْنِ وَالزَّیْتُوْنِ ۟ۙ
আল্লাহে তীন আৰু তাৰ উত্পত্তি স্থানৰ শপত কৰিছে লগতে যায়তুন তথা ফিলিস্তিনৰ ভূমি, য'ত ঈছা আলাইহিছ ছালামক প্ৰৰণ কৰা হৈছিল।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• رضا الله هو المقصد الأسمى.
আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্মৰণক সমুন্নত কৰি তেওঁক সন্মানিত কৰিছে।

• أهمية القراءة والكتابة في الإسلام.
আল্লাহ তাআলাৰ সন্তুষ্টিয়েই সৱাতোকৈ উৎকৃষ্ট উদ্দেশ্য।

• خطر الغنى إذا جرّ إلى الكبر والبُعد عن الحق.
ইছলামত লিখা- পঢ়াৰ গুৰুত্ব।

• النهي عن المعروف صفة من صفات الكفر.
ধন- সম্পদৰ ভয়, যেতিয়া ই অহংকাৰৰ পিনে আৰু সত্যৰ পৰা আঁতৰাই লৈ যায়।

• إكرام الله تعالى نبيه صلى الله عليه وسلم بأن رفع له ذكره.
সৎকৰ্মৰ পৰা বাধা প্ৰদান কৰাটো কুফুৰীৰ এটা অন্যতম বৈশিষ্ট্য।

 
የመልዕክት ትርጉም አንቀፅ: (1) ሱራ (ምዕራፍ): አት ቲን
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት