Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (23) ሱራ (ምዕራፍ): አል-አዕራፍ
قَالَا رَبَّنَا ظَلَمْنَاۤ اَنْفُسَنَا ٚ— وَاِنْ لَّمْ تَغْفِرْ لَنَا وَتَرْحَمْنَا لَنَكُوْنَنَّ مِنَ الْخٰسِرِیْنَ ۟
আদম আৰু হাৱাই ক'লেঃ হে আমাৰ প্ৰতিপালক! তুমি নিষিদ্ধ কৰা গছৰ ফল ভক্ষণ কৰি আমি নিজৰ ওপৰতে অন্যায় কৰিছো। যদি তুমি আমাৰ গুনাহ ক্ষমা নকৰা আৰু আমাৰ ওপৰত কৃপা নকৰা তেন্তে আমাৰ ইহকাল আৰু পৰকাল দুয়ো বিনষ্ট হৈ যাব আৰু ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাম।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• من أَشْبَهَ آدم بالاعتراف وسؤال المغفرة والندم والإقلاع - إذا صدرت منه الذنوب - اجتباه ربه وهداه. ومن أَشْبَهَ إبليس - إذا صدر منه الذنب بالإصرار والعناد - فإنه لا يزداد من الله إلا بُعْدًا.
যি ব্যক্তিয়ে কোনো গুনাহ হোৱাৰ পিছত আদম আলাইহিছ ছালামৰ দৰে নিজৰ গুনাহ স্বীকাৰ কৰে আৰু লজ্জিত হয় লগতে সেইটো পৰিত্যাগ কৰি আল্লাহৰ ওচৰত ক্ষমা বিচাৰে, আল্লাহে তাক নিৰ্বাচিত কৰে আৰু তাক হিদায়ত দিয়ে। আনহাতে যিয়ে ইবলীছৰ পন্থা অৱলম্বন কৰি গুনাহৰ পিছত গুনাহ কৰি থাকে, সি আল্লাহৰ পৰা প্ৰত্যেক মুহূৰ্তত আঁতৰি গুচি যায়।

• اللباس نوعان: ظاهري يستر العورةَ، وباطني وهو التقوى الذي يستمر مع العبد، وهو جمال القلب والروح.
পোছাক দুই প্ৰকাৰঃ এটা বাহ্যিক বস্ত্ৰ, যিটো লজ্জাস্থান ঢাকিবলৈ ব্যৱহাৰ কৰা হয়, আৰু দ্বিতীয়টো হৈছে আভ্যন্তৰীণ, সেইটো হৈছে তাক্বৱা, যিটো সদায় বান্দাৰ লগত থাকে, সেইটোৱে অন্তৰ তথা ৰূহৰ সৌন্দৰ্য।

• كثير من أعوان الشيطان يدعون إلى نزع اللباس الظاهري؛ لتنكشف العورات، فيهون على الناس فعل المنكرات وارتكاب الفواحش.
চয়তানৰ বহুতো সহাকাৰীয়ে বাহ্যিক বস্ত্ৰ হৰণ কৰিবলৈ অৰ্থাৎ উলঙ্গতাক প্ৰসাৰ কৰিবলৈ প্ৰয়াস কৰে। যাতে লজ্জাস্থান প্ৰকাশ পায় আৰু মানুহে নিৰ্লজ্জতা আৰু অশ্লীল কামবোৰ অনায়াসে কৰিব পাৰে।

• أن الهداية بفضل الله ومَنِّه، وأن الضلالة بخذلانه للعبد إذا تولَّى -بجهله وظلمه- الشيطانَ، وتسبَّب لنفسه بالضلال.
হিদায়ত আল্লাহৰ অনুগ্ৰহত পোৱা যায়, আৰু পথভ্ৰষ্টতা আল্লাহে বান্দাক অসহায় এৰি দিয়াৰ ফলত তাৰ ভাগ্যত পৰিণত হয়। যেতিয়া সি অজ্ঞতাবশতঃ আৰু অন্যায়ৰ ফলত চয়তানক বন্ধু বনাই লয়।

 
የመልዕክት ትርጉም አንቀፅ: (23) ሱራ (ምዕራፍ): አል-አዕራፍ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት