Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (61) ሱራ (ምዕራፍ): አል-ማኢዳህ
وَاِذَا جَآءُوْكُمْ قَالُوْۤا اٰمَنَّا وَقَدْ دَّخَلُوْا بِالْكُفْرِ وَهُمْ قَدْ خَرَجُوْا بِهٖ ؕ— وَاللّٰهُ اَعْلَمُ بِمَا كَانُوْا یَكْتُمُوْنَ ۟
হে মুমিনসকল! মুনাফিকসকল যেতিয়া তোমালোকৰ ওচৰত আহে, তেতিয়া সিহঁতে তোমালোকৰ ওচৰত ঈমান অনা বুলি প্ৰকাশ কৰে। এইটো হৈছে সিহঁতৰ নিফাক। দৰাচলতে সিহঁতে কুফৰ সহ প্ৰৱেশ কৰে আৰু কুফৰ সহ ওলাই যায়। কুফৰ সিহঁতৰ পৰা দূৰেই নহয়। সিহঁতে নিজৰ অন্তৰত যি কুফুৰী গোপন কৰি ৰাখে, সেয়া আল্লাহে ভালদৰেই জানে, তথা অনতিপলমে সিহঁতক ইয়াৰ প্ৰতিদান দিব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• ذمُّ العالم على سكوته عن معاصي قومه وعدم بيانه لمنكراتهم وتحذيرهم منها.
নিজ সম্প্ৰদায়ক পাপ কৰ্মত লিপ্ত দেখাৰ পিছতো মৌনতা অৱলম্বন কৰা তথা সিহঁতক সাৱধান নকৰা আলিমক নিন্দা কৰা হৈছে।

• سوء أدب اليهود مع الله تعالى، وذلك لأنهم وصفوه سبحانه بأنه مغلول اليد، حابس للخير.
আল্লাহৰ লগত ইয়াহুদীসকলৰ অসভ্য আচৰণ। কিয়নো সিহঁতে আল্লাহ সম্পৰ্কে কৈছিল যে, তেওঁৰ হাত বান্ধা অৱস্থাত আছে আৰু তেওঁ কল্যাণ কৰ্ম নকৰে।

• إثبات صفة اليدين، على وجه يليق بذاته وجلاله وعظيم سلطانه.
আল্লাহৰ যে হাত দুখন তাৰ প্ৰমাণ পোৱা গল। কিন্তু তেওঁৰ হাত তেনেকুৱাই, যেনেকুৱা তেওঁৰ ব্যক্তিত্ব, প্ৰতাপ তথা অসীম প্ৰভূত্বৰ বাবে উপযুক্ত।

• الإشارة لما وقع فيه بعض طوائف اليهود من الشقاق والاختلاف والعداوة بينهم نتيجة لكفرهم وميلهم عن الحق.
ইয়াহুদীসকলৰ কিছুমান গোত্ৰ কুফিৰীত লিপ্ত হোৱাৰ ফলত তথা সত্যৰ পৰা আঁতৰি যোৱাৰ কাৰণে সিহঁতৰ মাজত শত্ৰুতা আৰু মতভেদ সৃষ্টি হৈছিল, সেই পিনে ইঙ্গিত দিয়া হৈছে।

 
የመልዕክት ትርጉም አንቀፅ: (61) ሱራ (ምዕራፍ): አል-ማኢዳህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት