Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (105) ሱራ (ምዕራፍ): አል-ማኢዳህ
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا عَلَیْكُمْ اَنْفُسَكُمْ ۚ— لَا یَضُرُّكُمْ مَّنْ ضَلَّ اِذَا اهْتَدَیْتُمْ ؕ— اِلَی اللّٰهِ مَرْجِعُكُمْ جَمِیْعًا فَیُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟
হে মুমিনসকল! তোমালোকে নিজৰ চিন্তা কৰা। এনেকুৱা কৰ্ম কৰা যিটো তোমালোকৰ বাবে উপকাৰী। যিসকল পথভ্ৰষ্ট হৈছে তথা তোমালোকৰ কথা শুনা নাই, সিহঁতে তোমালোকৰ একোৱে ক্ষতি কৰিব নোৱাৰে, যদি তোমালোকে সঠিক পথত থাকা। আৰু সঠিক পথৰ পৰিচয় হৈছে, সত্কৰ্মৰ আদেশ দিয়া আৰু অসত্কৰ্মৰ পৰা নিষেধ কৰা। কেৱল আল্লাহৰ পিনেই তোমালোকে উভতি যাব লাগিব, তেতিয়া তেওঁ তোমালোকক জনাই দিব যে, তোমালোকে পৃথিৱীত কি কি কৰিছিলা। আৰু তেওঁ তোমালোকক প্ৰতিদানো দিব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• إذا ألزم العبد نفسه بطاعة الله، وأمر بالمعروف ونهى عن المنكر بحسب طاقته، فلا يضره بعد ذلك ضلال أحد، ولن يُسْأل عن غيره من الناس، وخاصة أهل الضلال منهم.
যেতিয়া বান্দা আল্লাহৰ আনুগত্যক প্ৰধান্য দিব, সামৰ্থ অনুযায়ী সত্কৰ্মৰ আদেশ দিব আৰু অসত্কৰ্মৰ পৰা নিষেধ কৰিব, ইয়াৰ পিছত কাৰোবাৰ পথভ্ৰষ্টতাই তাক একো ক্ষতি কৰিব নোৱাৰে, আৰু তেওঁক আনৰ বিষয়ে সোধ-পোচও কৰা নহ'ব। বিশেষকৈ সেই সকল লোকৰ বিষয়ে যিসকল পথভ্ৰষ্ট হৈছে।

• الترغيب في كتابة الوصية، مع صيانتها بإشهاد العدول عليها.
অছীয়ত লিখাৰ প্ৰেৰণা দিয়া তথা ন্যায়পৰায়ণ সাক্ষীৰ দ্বাৰা সেয়া সুৰক্ষা কৰা।

• بيان الصورة الشرعية لسؤال الشهود عن الوصية.
সাক্ষীসকলক অছীয়ত সম্পৰ্কীয় প্ৰশ্ন কৰাৰ ইছলামী পদ্ধতিৰ বৰ্ণনা।

 
የመልዕክት ትርጉም አንቀፅ: (105) ሱራ (ምዕራፍ): አል-ማኢዳህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት