Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (1) ሱራ (ምዕራፍ): አል-ማኢዳህ

আল-মায়িদাহ

ከሱራዋ ጥቅል ሀሳብ መካከል:
الأمر بالوفاء بالعقود، والتحذير من مشابهة أهل الكتاب في نقضها.
অঙ্গীকাৰ পূৰণৰ নিৰ্দেশ দিয়া হৈছে আৰু আহলে কিতাবসকলৰ দৰে অঙ্গীকাৰ ভঙ্গৰ পৰা সতৰ্ক কৰা হৈছে।

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اَوْفُوْا بِالْعُقُوْدِ ؕ۬— اُحِلَّتْ لَكُمْ بَهِیْمَةُ الْاَنْعَامِ اِلَّا مَا یُتْلٰی عَلَیْكُمْ غَیْرَ مُحِلِّی الصَّیْدِ وَاَنْتُمْ حُرُمٌ ؕ— اِنَّ اللّٰهَ یَحْكُمُ مَا یُرِیْدُ ۟
হে ঈমান্দাৰসকল! তোমালোকে সেই সকলো প্ৰতিশ্ৰুতি পুৰণ কৰা যিবোৰ তোমালোকে স্ৰষ্টাৰ লগত কৰিছা আৰু যিবোৰ মানুহৰ লগত কৰিছা। আৰু আল্লাহে তোমালোকৰ প্ৰতি কৃপা কৰি তোমালোকৰ বাবে চতুষ্পদ জন্তু হালাল কৰিছে (উট, গৰু, ছাগলী ইত্যাদি) কিন্তু কিছুমান জন্তু হাৰাম, যাৰ বৰ্ণনা আগলৈ কৰা হব। হজ্জ তথা উমৰাৰ ইহৰামৰ পিছত স্থলৰ জন্তু চিকাৰ কৰাও হাৰাম কৰা হৈছে। আল্লাহে তেওঁৰ হিকমত অনুসাৰে হালাল তথা হাৰামৰ আদেশ জাৰি কৰে। তেওঁক কোনেও বাধ্য কৰাব নোৱাৰে আৰু তেওঁৰ আদেশৰ প্ৰতি কোনোবাই আপত্তিও কৰিব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• عناية الله بجميع أحوال الورثة في تقسيم الميراث عليهم.
মীৰাছ বন্টনৰ ক্ষেত্ৰত আল্লাহে উত্তৰাধিকাৰী সকলৰ সকলো অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখিছে।

• الأصل هو حِلُّ الأكل من كل بهيمة الأنعام، سوى ما خصه الدليل بالتحريم، أو ما كان صيدًا يعرض للمحرم في حجه أو عمرته.
মূলতে সকলো চতুষ্পদ জন্তু ভক্ষণ কৰা হালাল, হাৰাম কেৱল সেইসকল জন্তু যিবোৰ হাৰাম হোৱাৰ প্ৰমাণ আছে, অথবা হজ্জ তথা ওমৰাৰ সময়ত যিটো মুহৰিম ব্যক্তিৰ সন্মুখত চিকাৰ ৰূপে আহে।

• النهي عن استحلال المحرَّمات، ومنها: محظورات الإحرام، والصيد في الحرم، والقتال في الأشهر الحُرُم، واستحلال الهدي بغصب ونحوه، أو مَنْع وصوله إلى محله.
হাৰাম বস্তুক হালাল বুলি গণ্য কৰাৰ পৰা বিৰত থকাৰ আদেশ দিয়া হৈছে। যেনে- ইহৰাম অৱস্থাত যি যি হাৰাম, লগতে কাবা ঘৰৰ আশে পাশে হৰমৰ ভিতৰত চিকাৰ কৰা, সন্মানিত মাহবোৰত যুদ্ধ কৰা, বলপূৰ্বকভাৱে হজ্জত কুৰবানী কৰিবলৈ লৈ যোৱা জন্তু কাঢ়ি লোৱা অথবা সেইবোৰক জবেহ কৰা ঠাইত লৈ যাবলৈ বাধা প্ৰদান কৰা ইত্যাদি।

 
የመልዕክት ትርጉም አንቀፅ: (1) ሱራ (ምዕራፍ): አል-ማኢዳህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት