Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (2) ሱራ (ምዕራፍ): አል ፈትህ
لِّیَغْفِرَ لَكَ اللّٰهُ مَا تَقَدَّمَ مِنْ ذَنْۢبِكَ وَمَا تَاَخَّرَ وَیُتِمَّ نِعْمَتَهٗ عَلَیْكَ وَیَهْدِیَكَ صِرَاطًا مُّسْتَقِیْمًا ۟ۙ
যাতে আল্লাহে আপোনাক এই বিজয়ৰ পূৰ্বৰ আৰু পিছৰ গুনাহসমূহ ক্ষমা কৰি দিয়ে। আপোনাৰ ধৰ্মৰ সহায় কৰি তেওঁ যাতে আপোনাৰ ওপৰত তেওঁৰ নিয়ামত পৰিপূৰ্ণ কৰি দিব পাৰে। লগতে তেওঁ যাতে আপোনাক এনেকুৱা পোন পথ দেখুৱাব পাৰে, যি পথত কোনো ধৰণৰ বক্ৰতা নাই। সেইটোৱে হৈছে ইছলামৰ সঠিক পথ।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• صلح الحديبية بداية فتح عظيم على الإسلام والمسلمين.
হুদাইবিয়াৰ সন্ধি দৰাচলতে ইছলাম আৰু মুছলমানৰ বাবে মহা বিজয়ৰ শুভৰাম্ভণি আছিল।

• السكينة أثر من آثار الإيمان تبعث على الطمأنينة والثبات.
প্ৰশান্তি হৈছে ঈমানৰ প্ৰভাৱ, ইয়াৰ ফলত মানুহে শান্তি আৰু দৃঢ়তা লাভ কৰে।

• خطر ظن السوء بالله، فإن الله يعامل الناس حسب ظنهم به سبحانه.
আল্লাহৰ প্ৰতি বেয়া ধাৰণা পোষণ কৰাৰ ভয়াৱহতা। কাৰণ আল্লাহে মানুহৰ সৈতে সেই আচৰণেই কৰে যিটো সিহঁতে আল্লাহৰ বিষয়ে পোষণ কৰে।

• وجوب تعظيم وتوقير رسول الله صلى الله عليه وسلم.
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক সন্মান তথা সমাদৰ কৰা অনিবাৰ্য।

 
የመልዕክት ትርጉም አንቀፅ: (2) ሱራ (ምዕራፍ): አል ፈትህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት