Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (1) ሱራ (ምዕራፍ): ጋፊር

গাফিৰ

ከሱራዋ ጥቅል ሀሳብ መካከል:
بيان حال المجادلين في آيات الله، والرد عليهم.
আল্লাহৰ আয়াত সম্পৰ্কে বাদানুবাদ কৰা লোকসকলৰ অৱস্থাৰ বৰ্ণনা আৰু সিহঁতৰ ধাৰণাক খণ্ডন কৰা।

حٰمٓ ۟ۚ
(হা, মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• الجمع بين الترغيب في رحمة الله، والترهيب من شدة عقابه: مسلك حسن.
আল্লাহৰ ৰহমত কামনা কৰা আৰু তেওঁৰ শাস্তিক ভয় কৰা, এই দুয়োটা বস্তু সমান্তৰালভাৱে থকাটো হৈছে উত্তম পন্থা।

• الثناء على الله بتوحيده والتسبيح بحمده أدب من آداب الدعاء.
আল্লাহৰ তাওহীদ স্বীকাৰ কৰি তেওঁৰ গুণগান কৰা, আৰু প্ৰশংসাৰ সৈতে তেওঁৰ তাছবীহ পাঠ কৰা, এইটো হৈছে দুআ কৰাৰ এটা অন্যতম পদ্ধতি।

• كرامة المؤمن عند الله؛ حيث سخر له الملائكة يستغفرون له.
আল্লাহৰ ওচৰত মুমিনসকলৰ বিশেষ মৰ্যাদা আছে, সেইকাৰণেই আল্লাহে মুমিনসকলৰ বাবে ফিৰিস্তা নিয়োজিত কৰি ৰাখিছে, যিসকলে মুমিনসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে।

 
የመልዕክት ትርጉም አንቀፅ: (1) ሱራ (ምዕራፍ): ጋፊር
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት