Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (51) ሱራ (ምዕራፍ): አን-ኒሳዕ
اَلَمْ تَرَ اِلَی الَّذِیْنَ اُوْتُوْا نَصِیْبًا مِّنَ الْكِتٰبِ یُؤْمِنُوْنَ بِالْجِبْتِ وَالطَّاغُوْتِ وَیَقُوْلُوْنَ لِلَّذِیْنَ كَفَرُوْا هٰۤؤُلَآءِ اَهْدٰی مِنَ الَّذِیْنَ اٰمَنُوْا سَبِیْلًا ۟
হে ৰাছুল! আপুনি ইয়াহুদীসকলৰ অৱস্থা সম্পৰ্কে অৱগত নহয় নেকি, যিসকলক জ্ঞানৰ কিছু অংশ প্ৰদান কৰা হৈছিল। লগতে আপুনি এই কথাত আচৰিত নহয় নেকি যে, সিহঁতে আল্লাহৰ বাহিৰে নিজে বনোৱা উপাস্যৰ প্ৰতি ঈমান পোষণ কৰে আৰু সিহঁতে মুশ্বৰিকসকলৰ কথাত হয় ভৰ দি কয়, মুশ্বৰিকসকল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছাহাবাসকলতকৈ অধিক হিদায়তৰ ওপৰত আছে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• كفاية الله للمؤمنين ونصره لهم تغنيهم عما سواه.
আল্লাহৰ সহায়-সহযোগিতাৰ পিছত মুমিনসকলৰ বাবে আন কাৰো প্ৰয়োজন নাথাকে।

• بيان جرائم اليهود، كتحريفهم كلام الله، وسوء أدبهم مع رسوله صلى الله عليه وسلم، وتحاكمهم إلى غير شرعه سبحانه.
ইয়াহুদীসকলৰ অপৰাধৰ বৰ্ণনা, যেনে- আল্লাহৰ বাণী বিকৃত কৰা, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত অমাৰ্জিত ব্যৱহাৰ কৰা, লগতে আল্লাহৰ চৰীয়তৰ বিপৰীতে আন কাৰোবাক বিচাৰ ফয়চালাৰ বাবে নিৰ্ণয় কৰা।

• بيان خطر الشرك والكفر، وأنه لا يُغْفر لصاحبه إذا مات عليه، وأما ما دون ذلك فهو تحت مشيئة الله تعالى.
শ্বিৰ্ক তথা কুফৰৰ ভয়াৱহতা স্পষ্ট কৰা লগতে এই কথা স্পষ্ট কৰা যে, কোনো ব্যক্তি শ্বিৰ্ক বা কুফৰ অৱস্থাত মৃত্যুবৰণ কৰিলে তেন্তে তাক ক্ষমা কৰা নহব। কিন্তু ইয়াৰ বাহিৰে আন আন গুনাহসমূহ আল্লাহৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব।

 
የመልዕክት ትርጉም አንቀፅ: (51) ሱራ (ምዕራፍ): አን-ኒሳዕ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት