Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (135) ሱራ (ምዕራፍ): አን-ኒሳዕ
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا كُوْنُوْا قَوّٰمِیْنَ بِالْقِسْطِ شُهَدَآءَ لِلّٰهِ وَلَوْ عَلٰۤی اَنْفُسِكُمْ اَوِ الْوَالِدَیْنِ وَالْاَقْرَبِیْنَ ۚ— اِنْ یَّكُنْ غَنِیًّا اَوْ فَقِیْرًا فَاللّٰهُ اَوْلٰی بِهِمَا ۫— فَلَا تَتَّبِعُوا الْهَوٰۤی اَنْ تَعْدِلُوْا ۚ— وَاِنْ تَلْوٗۤا اَوْ تُعْرِضُوْا فَاِنَّ اللّٰهَ كَانَ بِمَا تَعْمَلُوْنَ خَبِیْرًا ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰীসকল! সকলো অৱস্থাতে ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত থাকা, সকলোৰে ক্ষেত্ৰত সঠিক সাক্ষ্য দান কৰা। যদিও তোমাৰ নিজৰ বিৰুদ্ধে অথবা তোমাৰ পিতৃ-মাতৃৰ বিৰুদ্ধে নাইবা নিকটাত্মীয়ৰ বিৰুদ্ধেই নহওঁক কিয়। তোমালোকে কাৰোবাৰ দৰিদ্ৰতা অথবা সম্পত্তি দেখি সাক্ষ্য দিয়া নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ নকৰিবা। কিয়নো সেই দৰিদ্ৰ তথা ধনী ব্যক্তিতকৈ আল্লাহৰ অধিকাৰ ওপৰত, আৰু আল্লাহে সিহঁত উভয়ৰ কল্যাণ সম্পৰ্কে সৰ্বজ্ঞ। সেয়ে সাক্ষ্য প্ৰদানৰ ক্ষেত্ৰত নিজৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা, অন্যথা সত্যৰ পৰা আঁতৰি যাবা। যদি তোমালোকে মিছা সাক্ষ্য দিয়া আৰু সত্য সাক্ষী দিয়াৰ পৰা বিৰত থাকা, তেন্তে জানি থোৱা! নিশ্চয় আল্লাহ তোমালোকৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• وجوب العدل في القضاء بين الناس وعند أداء الشهادة، حتى لو كان الحق على النفس أو على أحد من القرابة.
মানুহৰ মাজত ফয়চালা কৰাৰ সময়ত আৰু সাক্ষ্য প্ৰদান কৰাৰ সময়ত ন্যায় পন্থা অৱলম্বন কৰা অনিবাৰ্য। যদিও নিজৰ বিৰুদ্ধে অথবা নিজৰ আত্মীয়ৰ বিৰুদ্ধে নহওঁক কিয়।

• على المؤمن أن يجتهد في فعل ما يزيد إيمانه من أعمال القلوب والجوارح، ويثبته في قلبه.
মুমিনসকলে এনেকুৱা শাৰীৰিক আৰু আন্তৰিক কৰ্ম অধিক কৰা উচিত যিবোৰৰ দ্বাৰা ঈমান বৃদ্ধি হয়।

• عظم خطر المنافقين على الإسلام وأهله؛ ولهذا فقد توعدهم الله بأشد العقوبة في الآخرة.
ইছলাম আৰু মুছলিমসকলৰ বাবে মুনাফিকসকল বৰ ভয়াৱহ। সেই কাৰণেই আল্লাহে সিহঁতক আখিৰাতত কঠিন শাস্তি প্ৰদানৰ ভাবুকি প্ৰদান কৰিছে।

• إذا لم يستطع المؤمن الإنكار على من يتطاول على آيات الله وشرعه، فلا يجوز له الجلوس معه على هذه الحال.
যদি মুমিনে, আল্লাহৰ আয়াত আৰু তেওঁৰ চৰীয়তক নিন্দা কৰা ব্যক্তিৰ উক্তিক খণ্ডন কৰিব নোৱাৰে, তেন্তে তাৰ বাবে সেই ব্যক্তিৰ লগত বহা আৰু তাৰ কথা শুনা বৈধ নহয়।

 
የመልዕክት ትርጉም አንቀፅ: (135) ሱራ (ምዕራፍ): አን-ኒሳዕ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት