Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (110) ሱራ (ምዕራፍ): አን-ኒሳዕ
وَمَنْ یَّعْمَلْ سُوْٓءًا اَوْ یَظْلِمْ نَفْسَهٗ ثُمَّ یَسْتَغْفِرِ اللّٰهَ یَجِدِ اللّٰهَ غَفُوْرًا رَّحِیْمًا ۟
যিয়ে অসৎ কৰ্ম কৰিব অথবা গুনাহত লিপ্ত হৈ নিজৰ ওপৰত অন্যায় কৰিব। তাৰ পিছত যিয়ে নিজৰ গুনাহ স্বীকাৰ কৰি অনুতপ্ত হৈ গুনাহৰ পৰা দূৰৈত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰি আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিব। সি নিশ্চয় আল্লাহক তাৰ গুনাহ ক্ষমাকাৰী হিচাপে আৰু তাৰ প্ৰতি দয়াৱান হিচাপে পাব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• النهي عن المدافعة والمخاصمة عن المبطلين؛ لأن ذلك من التعاون على الإثم والعدوان.
অসত্যৰ অনুসাৰীসকলৰ পক্ষ লবলৈ তথা সিহঁতৰ হৈ কথা কবলৈ নিষেধ কৰা হৈছে। কিয়নো এইটো গুনাহ তথা অন্যায়ৰ সহায় কৰা হব।

• ينبغي للمؤمن الحق أن يكون خوفه من الله وتعظيمه والحياء منه فوق كل أحد من الناس.
মুমিনৰ অন্তৰত আল্লাহৰ ভয় আৰু তেওঁৰ সন্মান সকলো মানুহতকৈ অধিক হোৱা উচিত, লগতে সবাতোকৈ বেছি তেওঁকেই লাজ কৰা উচিত।

• سعة رحمة الله ومغفرته لمن ظلم نفسه، مهما كان ظلمه إذا صدق في توبته، ورجع عن ذنبه.
নিজৰ ওপৰত অন্যায়কাৰীৰ অন্যায় যিমানেই ডাঙৰ নহওঁক কিয়, যদি সৎ মানসেৰে তাওবা কৰে আৰু গুনাহৰ পৰা দূৰৈত থাকে তেন্তে আল্লাহৰ কৃপা আৰু মাগফিৰাত অসীম।

• التحذير من اتهام البريء وقذفه بما لم يكن منه؛ وأنَّ فاعل ذلك قد وقع في أشد الكذب والإثم.
নিৰ্দোষী ব্যক্তিক অপৰাধী সজোৱা আৰু তাৰ প্ৰতি মিথ্যাৰোপ কৰিবলৈ সাৱধান কৰা হৈছে। এনেকুৱা কৰ্মত লিপ্ত ব্যক্তি কঠিন মিছা আৰু গুনাহত নিমজ্জিত।

 
የመልዕክት ትርጉም አንቀፅ: (110) ሱራ (ምዕራፍ): አን-ኒሳዕ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት