Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (10) ሱራ (ምዕራፍ): አን-ኒሳዕ
اِنَّ الَّذِیْنَ یَاْكُلُوْنَ اَمْوَالَ الْیَتٰمٰی ظُلْمًا اِنَّمَا یَاْكُلُوْنَ فِیْ بُطُوْنِهِمْ نَارًا ؕ— وَسَیَصْلَوْنَ سَعِیْرًا ۟۠
প্ৰকৃততে যিসকলে অনাথৰ সম্পদ আত্মসাৎ কৰি খায় লগতে অন্যায় তথা সীমালংঘন কৰি ব্যৱহাৰ কৰে, সিহঁতে দৰাচলতে নিজৰ উদৰত প্ৰজ্জ্বলিত জুই ভৰ্তি কৰে। অনতিপলমে এই জুয়ে কিয়ামতৰ দিনা সিহঁতক পুৰি ছাই কৰিব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• دلت أحكام المواريث على أن الشريعة أعطت الرجال والنساء حقوقهم مراعية العدل بينهم وتحقيق المصلحة بينهم.
মীৰাছৰ বিধান ইয়াৰ প্ৰমাণ যে, চৰীয়তে পুৰুষ আৰু মহিলাক ন্যায়ৰ আধাৰত আৰু সিহঁতৰ কল্যাণৰ দিশ সন্মুখত ৰাখি অধিকাৰ প্ৰদান কৰিছে।

• التغليظ الشديد في حرمة أموال اليتامى، والنهي عن التعدي عليها، وعن تضييعها على أي وجه كان.
অনাথৰ সম্পদ কঠোৰ ভাৱে হাৰাম কৰা হৈছে। আৰু সিহঁতৰ ওপৰত অত্যাচাৰ কঠোৰ ভাৱে নিষিদ্ধ কৰা হৈছে লগতে সিহঁতক কোনো ধৰণৰ কষ্ট দিবলৈ নিষেধ কৰা হৈছে।

• لما كان المال من أكثر أسباب النزاع بين الناس تولى الله تعالى قسمته في أحكام المواريث.
যিহেতু মানুহৰ মাজত বিবাদৰ এটা ডাঙৰ আৰু প্ৰমূখ কাৰণ হৈছে সম্পদ। সেয়ে আল্লাহে নিজেই মীৰাছ বিতৰণৰ পদ্ধতি স্পষ্টভাৱে বৰ্ণনা কৰিছে।

 
የመልዕክት ትርጉም አንቀፅ: (10) ሱራ (ምዕራፍ): አን-ኒሳዕ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት