Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (10) ሱራ (ምዕራፍ): አል ዐንከቡት
وَمِنَ النَّاسِ مَنْ یَّقُوْلُ اٰمَنَّا بِاللّٰهِ فَاِذَاۤ اُوْذِیَ فِی اللّٰهِ جَعَلَ فِتْنَةَ النَّاسِ كَعَذَابِ اللّٰهِ ؕ— وَلَىِٕنْ جَآءَ نَصْرٌ مِّنْ رَّبِّكَ لَیَقُوْلُنَّ اِنَّا كُنَّا مَعَكُمْ ؕ— اَوَلَیْسَ اللّٰهُ بِاَعْلَمَ بِمَا فِیْ صُدُوْرِ الْعٰلَمِیْنَ ۟
মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে, যিসকলে কয়ঃ “আমি ঈমান আনিছোঁ”। কিন্তু যেতিয়া কাফিৰসকলে সিহঁতৰ এই ঈমানৰ বাবে নিৰ্যাতন কৰা আৰম্ভ কৰে, তেতিয়া সিহঁতে কাফিৰসকলৰ শাস্তিক আল্লাহৰ শাস্তিৰ সমান বুলি গণ্য কৰে, ফলত কাফিৰসকলক সমৰ্থন কৰি ঈমানৰ পৰা আঁতৰি আহে। পক্ষান্তৰে হে ৰাছুল! যদি আপুনি আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা বিজয়প্ৰাপ্ত হয় তেন্তে এইসকল লোকে নিশ্চয় ক’বঃ “হে মুমিনসকল! নিশ্চয় আমি তোমালোকৰ সৈতে ঈমানৰ ওপৰত অটল আছিলোঁ”। আল্লাহে মানুহৰ অন্তৰৰ কথা তন্ন তন্নকৈ নাজানে নেকি? দৰাচলতে অন্তৰত থকা কুফৰ আৰু ঈমান, একোৱেই তেওঁৰ পৰা গোপন নহয়। তেনেস্থলত ইহঁতে আল্লাহক কিহৰ ভিত্তিত নিজৰ অন্তৰত থকা বিষয়বোৰ ব্যক্ত কৰি আছে, অথচ সিহঁতৰ অন্তৰৰ কথা সিহঁততকৈও অধিক আল্লাহে ভালকৈ জানে?
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• الأعمال الصالحة يُكَفِّر الله بها الذنوب.
সৎকৰ্মৰ দ্বাৰা আল্লাহে গুনাহক প্ৰায়শ্চিত্ত কৰি দিয়ে।

• تأكُّد وجوب البر بالأبوين.
পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ তথা সদাচৰণ কৰা অনিবাৰ্য।

• الإيمان بالله يقتضي الصبر على الأذى في سبيله.
আল্লাহৰ প্ৰতি ঈমানৰ দাবী হৈছে, তেওঁৰ পথত অহা সকলো কষ্ট সহ্য কৰি ধৈৰ্য্য ধাৰণ কৰা।

• من سنَّ سُنَّة سيئة فعليه وزرها ووزر من عمل بها من غير أن ينقص من أوزارهم شيء.
যি ব্যক্তিয়ে কোনো কুঃপ্ৰথা আৰম্ভ কৰিব, সেই ব্যক্তিয়ে তাৰ গুনাহ নিশ্চয় পাব, কিন্তু তাৰোপৰি যিসকল লোকে সেই প্ৰথা অনুসৰি আমল কৰিব, সিহঁতৰ গুনাহো সি পাই থাকিব। কিন্তু অনুসৰণকাৰীসকলৰ গুনাহত একো হ্ৰাস নহ'ব।

 
የመልዕክት ትርጉም አንቀፅ: (10) ሱራ (ምዕራፍ): አል ዐንከቡት
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት