Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (1) ሱራ (ምዕራፍ): አል ዐንከቡት

আল-আনকাবূত

ከሱራዋ ጥቅል ሀሳብ መካከል:
الأمر بالصبر والثبات عند الابتلاء والفتن، وبيان حسن عاقبته.
বিপদ-আপদ আৰু ফিতনাৰ সময়ত ধৈৰ্য্যৰ সৈতে অটল থকাৰ নিৰ্দেশ দিয়া হৈছে, আৰু ইয়াৰ উত্তম পৰিণাম সম্পৰ্কে বৰ্ণনা কৰা হৈছে।

الٓمّٓ ۟ۚ
(আলিফ-লাম-মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• النهي عن إعانة أهل الضلال.
বিভ্ৰান্ত লোকক সহায় কৰাৰ নিষেধাজ্ঞা।

• الأمر بالتمسك بتوحيد الله والبعد عن الشرك به.
আল্লাহৰ তাওহীদ মজবুতভাৱে ধাৰণ কৰিবলৈ আৰু শ্বিৰ্কৰ পৰা দূৰৈত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।

• ابتلاء المؤمنين واختبارهم سُنَّة إلهية.
বিপদ-আপদৰ দ্বাৰা মুমিনসকলক পৰীক্ষা কৰাটো আল্লাহৰ সাধাৰণ নিয়ম।

• غنى الله عن طاعة عبيده.
আল্লাহ তেওঁৰ বান্দাৰ ইবাদতৰ পৰা অমুখাপেক্ষী।

 
የመልዕክት ትርጉም አንቀፅ: (1) ሱራ (ምዕራፍ): አል ዐንከቡት
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት