Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (25) ሱራ (ምዕራፍ): አልን ኑር
یَوْمَىِٕذٍ یُّوَفِّیْهِمُ اللّٰهُ دِیْنَهُمُ الْحَقَّ وَیَعْلَمُوْنَ اَنَّ اللّٰهَ هُوَ الْحَقُّ الْمُبِیْنُ ۟
সেইদিনা আল্লাহে সিহঁতক ন্যায়পূৰ্বক প্ৰতিদান দিব, আৰু সিহঁতে ভালদৰে জানি ল'ব যে, আল্লাহেই সত্য। এতেকে তেওঁ যি খবৰেই দিয়ে অথবা প্ৰতিশ্ৰুতি নাইবা সতৰ্ক কৰে, সেই সকলো সত্য তথা স্পষ্ট। তাত কোনো ধৰণৰ সন্দেহ নাই।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• إغراءات الشيطان ووساوسه داعية إلى ارتكاب المعاصي، فليحذرها المؤمن.
চয়তানে মানুহক সদায় গুনাহৰ কামত প্ৰৰোচনা দিয়ে আৰু সিহঁতৰ অন্তৰত কুমন্ত্ৰণা দিয়ে। সেয়ে মুমিনসকলে তাৰ পৰা সাৱধান হোৱা উচিত।

• التوفيق للتوبة والعمل الصالح من الله لا من العبد.
তাওবা আৰু নেক আমলৰ তাওফীক আল্লাহেই প্ৰদান কৰে। বান্দাৰ মাজত ইয়াৰ কোনো শক্তি নাই।

• العفو والصفح عن المسيء سبب لغفران الذنوب.
ভুল কৰা ব্যক্তিক ক্ষমা কৰি দিয়াটো গুনাহ মাফ হোৱাৰ অন্যতম কাৰণ।

• قذف العفائف من كبائر الذنوب.
পৱিত্ৰ নাৰীৰ প্ৰতি মিছাতে ব্যাভিচাৰৰ আৰোপ কৰা মহাপাপ।

• مشروعية الاستئذان لحماية النظر، والحفاظ على حرمة البيوت.
ঘৰৰ সন্মান ৰক্ষা কৰিবলৈ আৰু দৃষ্টিক গুনাহৰ পৰা সুৰক্ষিত কৰিবলৈ অনুমতি লোৱাৰ বিধান বলৱৎ কৰা হৈছে।

 
የመልዕክት ትርጉም አንቀፅ: (25) ሱራ (ምዕራፍ): አልን ኑር
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት