Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (105) ሱራ (ምዕራፍ): አን-ነሕል
اِنَّمَا یَفْتَرِی الْكَذِبَ الَّذِیْنَ لَا یُؤْمِنُوْنَ بِاٰیٰتِ اللّٰهِ ۚ— وَاُولٰٓىِٕكَ هُمُ الْكٰذِبُوْنَ ۟
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ প্ৰতিপালকৰ তৰফৰ যি লৈ আহিছে সেই সম্পৰ্কে তেওঁ মিছলীয়া নহয়। মিছলীয়া হৈছে সেইসকল লোক, যিসকলে আল্লাহৰ আয়াতসমূহক সত্য বুলি নামানে। কিয়নো সিহঁতে শাস্তিকো ভয় নকৰে আৰু প্ৰতিদানো আশা নকৰে। কুফৰীৰ পথত পৰিচালিত এইসকল লোকেই হৈছে মিছলীয়া। কিয়নো মিছা কথা কোৱা সিহঁতৰ অভ্যাসত পৰিণত হৈছে, যিটো সিহঁতৰ শিৰাই শিৰাই সোমাই আছে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• الترخيص للمُكرَه بالنطق بالكفر ظاهرًا مع اطمئنان القلب بالإيمان.
বাধ্যত পৰি কুফৰী বাক্য উচ্চাৰণ কৰাত কোনো অসুবিধা নাই, কিন্তু চৰ্ত হ'ল ব্যক্তিজনৰ অন্তৰ ঈমানৰ প্ৰতি সন্তুষ্ট থাকিব লাগিব।

• المرتدون استوجبوا غضب الله وعذابه؛ لأنهم استحبوا الحياة الدنيا على الآخرة، وحرموا من هداية الله، وطبع الله على قلوبهم وسمعهم وأبصارهم، وجعلوا من الغافلين عما يراد بهم من العذاب الشديد يوم القيامة.
ইছলামৰ পৰা আঁতৰি যোৱা ব্যক্তি আল্লাহৰ ক্ৰোধ তথা শাস্তিৰ উপযুক্ত। কিয়নো সিহঁতে আখিৰাতৰ ওপৰত পাৰ্থিৱ জীৱনক প্ৰাধান্য দিয়ে। ফলত সিহঁত আল্লাহৰ হিদায়তৰ পৰা বঞ্চিত। আৰু আল্লাহে সিহঁতৰ অন্তৰত, সিহঁতৰ কাণত আৰু সিহঁতৰ চকুত মোহৰ মাৰি দিছে। লগতে কিয়ামতৰ দিনা সিহঁতে যি শাস্তি ভোগ কৰিব তাৰ পৰা সিহঁত অমনোযোগী কৰি দিয়া হয়।

• كَتَبَ الله المغفرة والرحمة للذين آمنوا، وهاجروا من بعد ما فتنوا، وصبروا على الجهاد.
আল্লাহে সেইসকল লোকৰ ভাগ্যত ক্ষমা আৰু দয়া লিখি দিছে যিসকলে ঈমান পোষণ কৰিছে, নিৰ্যাতনৰ সন্মুখীন হোৱাৰ পিছত হিজৰত কৰিছে আৰু জিহাদৰ ময়দানত ধৈৰ্য ধাৰণ কৰিছে।

 
የመልዕክት ትርጉም አንቀፅ: (105) ሱራ (ምዕራፍ): አን-ነሕል
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት