Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (23) ሱራ (ምዕራፍ): ዩሱፍ
وَرَاوَدَتْهُ الَّتِیْ هُوَ فِیْ بَیْتِهَا عَنْ نَّفْسِهٖ وَغَلَّقَتِ الْاَبْوَابَ وَقَالَتْ هَیْتَ لَكَ ؕ— قَالَ مَعَاذَ اللّٰهِ اِنَّهٗ رَبِّیْۤ اَحْسَنَ مَثْوَایَ ؕ— اِنَّهٗ لَا یُفْلِحُ الظّٰلِمُوْنَ ۟
আজিজৰ পত্নীয়ে নম্ৰতা আৰু চক্ৰান্তৰ সহায় লৈ ইউছুফ আলাইহিছ ছালামক কুকৰ্ম কৰিবলৈ উদ্ধুদ্ধ কৰিব বিচাৰিলে আৰু নিৰ্জনতা বিৰাজ কৰিবলৈ ঘৰৰ দুৱাৰ বন্ধ কৰি ইউছুফক উদ্দেশ্যি ক'লেঃ আহা, আহা মোৰ ওচৰলৈ। ইউছুফে ক'লেঃ তুমি যি উদ্দেশ্যত মোক মাতি আছা, মই তাৰ পৰা আল্লাহৰ আশ্ৰয় বিচাৰো। নিশ্চয় মোৰ মালিকে মোৰ থকাৰ বাবে তেওঁৰ ওচৰত উত্তম ব্যৱস্থা কৰি দিছে। এতেকে মই কেতিয়াও তেওঁৰ লগত বিশ্বাসঘাতকতা নকৰিম। মই যদি তেওঁৰ লগত বিশ্বাসঘাতকতা কৰোঁ তেন্তে মই অন্যায়কাৰীসকলৰ অন্তৰ্ভুক্ত হৈ যাম। এয়া নিশ্চিত যে, অন্যায়কাৰী কেতিয়াও সফল হ'ব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• قبح خيانة المحسن في أهله وماله، الأمر الذي ذكره يوسف من جملة أسباب رفض الفاحشة.
উপকাৰকাৰীৰ ধন-সম্পদ আৰু পৰিয়ালৰ লগত বিশ্বাসঘাতকতা কৰাটো হৈছে নিকৃষ্ট কাৰ্য। এই কথাষাৰকে ইউছুফে বেয়া প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি উল্লেখ কৰিছিল।

• بيان عصمة الأنبياء وحفظ الله لهم من الوقوع في السوء والفحشاء.
নবীসকলৰ সন্মানৰ বৰ্ণনা। আল্লাহে তেওঁলোকক সকলো প্ৰকাৰ অসৎকৰ্মত পতিত হোৱাৰ পৰা সুৰক্ষা প্ৰদান কৰিছে।

• وجوب دفع الفاحشة والهرب والتخلص منها.
অসৎকৰ্মক প্ৰতিৰোধ কৰা, তাৰ পৰা পলায়ন কৰা আৰু নিজকে সুৰক্ষিত কৰা অনিবাৰ্য।

• مشروعية العمل بالقرائن في الأحكام.
বিধানৰ ক্ষেত্ৰত ইঙ্গিতৰ প্ৰতি আমল কৰাৰ প্ৰমাণ।

 
የመልዕክት ትርጉም አንቀፅ: (23) ሱራ (ምዕራፍ): ዩሱፍ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት