Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (108) ሱራ (ምዕራፍ): ዩሱፍ
قُلْ هٰذِهٖ سَبِیْلِیْۤ اَدْعُوْۤا اِلَی اللّٰهِ ؔ۫— عَلٰی بَصِیْرَةٍ اَنَا وَمَنِ اتَّبَعَنِیْ ؕ— وَسُبْحٰنَ اللّٰهِ وَمَاۤ اَنَا مِنَ الْمُشْرِكِیْنَ ۟
হে ৰাছুল! আপুনি সেইসকল লোকক কৈ দিয়ক যিসকলক আপুনি আল্লাহৰ পিনে আহ্বান কৰি আছে, এইটোৱে মোৰ পথ, যিটোৰ পিনে মই মানুহক আহ্বান কৰোঁ। স্পষ্ট প্ৰমাণৰ সৈতে মই ইয়াৰ পিনে আহ্বান কৰোঁ, লগতে মোৰ অনুসৰণকাৰীসকলে, আৰু মোৰ পথ অৱলম্বনকাৰীসকলে, মোৰ পন্থাত আমলকাৰীসকলেও ইয়াৰ পিনেই আহ্বান কৰে। আল্লাহ প্ৰত্যেক সেইসমূহ বিষয়ৰ পৰা পৱিত্ৰ যিবোৰ তেওঁৰ মহামহিম সত্ত্বাৰ বাবে উপযুক্ত নহয় অথবা যিবোৰ তেওঁৰ পৰিপূৰ্ণতাৰ বাবে ত্ৰুটিযুক্ত। মই আল্লাহৰ লগত শ্বিৰ্ককাৰীসকলৰ অন্তৰ্ভুক্ত নহয়। বৰং মই তেওঁৰ তাওহীদ প্ৰতিষ্ঠাকাৰীসকলৰ অন্তৰ্ভুক্ত।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• أن الداعية لا يملك تصريف قلوب العباد وحملها على الطاعات، وأن أكثر الخلق ليسوا من أهل الهداية.
আল্লাহৰ প্ৰতি আহ্বানকাৰী ব্যক্তি বান্দাৰ অন্তৰ ইবাদতৰ পিনে কেতিয়াও ঘূৰাব নোৱাৰে আৰু আনুগত্যৰ বোজাও অৰ্পন কৰিব নোৱাৰে। অধিকাংশ লোক হিদায়তপ্ৰাপ্ত নহয়।

• ذم المعرضين عن آيات الله الكونية ودلائل توحيده المبثوثة في صفحات الكون.
বিশ্বজগতত প্ৰসাৰিত আল্লাহৰ নিদৰ্শনসমূহ আৰু বিশ্বৰ বিভিন্ন পুথিৰ পৃষ্ঠাত লিপিবদ্ধ প্ৰমাণসমূহৰ পৰা বিমুখ হোৱা লোকসকলৰ নিন্দা কৰা হৈছে।

• شملت هذه الآية ﴿ قُل هَذِهِ سَبِيلِي...﴾ ذكر بعض أركان الدعوة، ومنها: أ- وجود منهج:﴿ أَدعُواْ إِلَى اللهِ ﴾. ب - ويقوم المنهج على العلم: ﴿ عَلَى بَصِيرَةٍ﴾. ج - وجود داعية: ﴿ أَدعُواْ ﴾ ﴿أَنَا﴾. د - وجود مَدْعُوِّين: ﴿ وَمَنِ اتَّبَعَنِي ﴾.
এই আয়াতত {قُلۡ هَٰذِهِۦ سَبِيلِيٓ...} দাৱাতৰ কেইটামান আৰকান (স্তম্ভ) বৰ্ণনা কৰা হৈছে। ক) কৰ্মশৈলী বা মানহাজৰ অস্তিত্ব {أَدۡعُوٓاْ إِلَى ٱللَّهِۚ}। খ) উক্ত কৰ্মশৈলী জ্ঞানৰ ওপৰত নিৰ্ভৰ হোৱা {عَلَىٰ بَصِيرَةٍ}। গ) আহ্বানকাৰীৰ উপস্থিতি {أَدۡعُوٓاْ﴾ ﴿أَنَا۠}। ঘ) আহ্বানকৃত লোকসকলৰ উপস্থিতি {وَمَنِ ٱتَّبَعَنِيۖ}।

 
የመልዕክት ትርጉም አንቀፅ: (108) ሱራ (ምዕራፍ): ዩሱፍ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት