Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (2) ሱራ (ምዕራፍ): አል ከውሰር
فَصَلِّ لِرَبِّكَ وَانْحَرْ ۟ؕ
গতিকে এই অনুগ্ৰহ বা অৱদানৰ প্ৰতি আল্লাহৰ কৃতজ্ঞতা পালন কৰি কেৱল তাৰ বাবেই ছালাত আদায় কৰক আৰু কোৰবানী কৰক। যিহেতু সাধাৰণ মুশ্বৰিক সকলৰ অৱস্থা হৈছে সিহঁতৰ মূৰ্তিবোৰৰ বাবে কুৰবানী বা জন্তু বলিদান কৰি সিহঁতৰ নৈকট্য লাভ কৰাত উঠি পৰি লাগি থাকে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• أهمية الأمن في الإسلام.
ইছলামত শান্তিৰ মহত্ব আৰু গুৰুত্ব।

• الرياء أحد أمراض القلوب، وهو يبطل العمل.
মানুহক দেখুৱাবলৈ কৰা কৰ্ম হৈছে অন্তৰৰ ব্যাধিৰ অন্যতম। যিয়ে মানুহৰ আমল ধ্বংস কৰি পেলায়।

• مقابلة النعم بالشكر يزيدها.
আল্লাহৰ অনুগ্ৰহৰ প্ৰতি কৃতজ্ঞতা পালন কৰিলে সেয়া আৰু বৃদ্ধি হয়।

• كرامة النبي صلى الله عليه وسلم على ربه وحفظه له وتشريفه له في الدنيا والآخرة.
আল্লাহৰ ওচৰত ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৰ্যদা, তেওঁৰ তৰফৰ পৰা ৰাছুলক সুৰক্ষা প্ৰদান আৰু পৃথিৱী আৰু পৰকালত তেখেতক প্ৰতিষ্ঠা কৰা।

 
የመልዕክት ትርጉም አንቀፅ: (2) ሱራ (ምዕራፍ): አል ከውሰር
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት